SEBA| HSLC| CLASS 10| SOCIAL SCIENCE| QUESTION PAPER - 2013| ASSAM BOARD

 

SEBA| HSLC| CLASS 10| SOCIAL SCIENCE| QUESTION PAPER - 2013| ASSAM BOARD

2013
SOCIAL SCIENCE
Full Marks: 100
Pass Mark: 30
Time: Three hours
(NEW COURSE)
For HSLC/AHM Regular candidates and unsuccessful HSLC/AHM Regular candidates of 2011, 2012.
The figures in the margin indicate full marks for the questions.

 

1. Choose the correct answer:    1x6=6

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

(i) The hill and mountain ranges of Dima Hasao district in Assam belong to -

অসমৰ ডিমা হাছাও জিলাত থকা পর্বত-পাহাৰসমূহ -

(a) The Patkai mountain systems

পাটকাই পর্বতশ্রেণীৰ অন্তৰ্গত

(b) The Barail mountain system

বাইল পর্বতশ্রেণীৰ অন্তৰ্গত

(c) The Meghalaya Plateaus

মেঘালয় মালভূমিৰ অন্তৰ্গত

(d) The Lushai mountain system

লুছাই পর্বতশ্রেণীৰ অন্তৰ্গত

(ii) The land area of the continent of Asia is -

এছিয়া মহাদেশৰ মাটিকালি

(a) 64.2 million Km2

(৬৪. নিযুত বর্গ কি.মি.)

(b) 24:2 million Km2

(২৪২ নিযুত বর্গ কি.মি.) '

(c) 4.2 million Km2e

(88. নিযুত বর্গ কি.মি.)

(d) 54.2 million Km2

(৫৪. নিযুত বর্গ কি.মি.)

(iii) Which one of the following is an agricultural development bank?

তলত উল্লেখ কৰাবােৰৰ কোনটো কৃষি উন্নয়ন বেংক?

(a) NABARD

(b)_RBI

(c) SBI

(d) IDBI

(iv) The Indian National Army was formed in –

আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল -

(a) Germany

(জামানীত)

(b) Singapore

(ছিঙ্গাপুৰত)

(c) Japan

(জাপানত)

(d) India (ভাৰতবৰ্ষত)

(v) The author of "Naam-Ghosha" was –

নাম-ঘােষা ৰচক আছিল

(a) Madhabdeva

(মধরদের)

(b) Damodardeva

(দামােদৰদেৱ)

(c) Sankardeva

(শঙ্কৰদেৱ)

(d) Bhattadeva

(ভট্টদের)

(vi) The Human Rights Commission of the UNO was established in the year –

ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত মানৱ অধিকাৰ আয়ােগ গঠন হৈছিল

(a) 1945

(১৯৪৫ চনত)

(b) 1946

(১৯৪৬ চনত)

(c) 1919

(১৯১৯ চনত)

(d) 1993

(১৯৯৩ চনত)

2. Which part of Asia experiences “tropical hot desert climate”? 1

এছিয়া মহাদেশৰ কোন অংশতক্রান্তীয় উষ্ণ মৰু জলবায়ুবিবাজ কৰে?

3. What is “Norwester"?  1

বৰদৈচিলাকি?

4. Who was Lord Minto?   1

লর্ড মিন্টো কোন আছিল?

5. What was the main objective of “Gandhi-Irwin Pact"?     1

 গান্ধী-আবউইন চুক্তি মুখ্য উদ্দেশ্য কি আছিল?

6. Who was appointed as the first Political Officer of Khasi Hills during British rule?   1

ব্রিটিছৰ শাসন কালত কাক খাচী পাহাৰৰ প্ৰথম ৰাজনৈতিক বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল?

7. What is the state language of Andhra Pradesh?   1

অন্ধ্রপ্রদেশৰ ৰাজ্যিক ভাষাটো কি?

8. What is meant by “indirect democracy"?    1

পৰৰ গণতন্ত্রবুলিলে কি বুজায় ?

9. What is the full meaning of UPA government presently led by the Indian National Congress?     1

ভাৰতীয় জাতীয় কংগ্রেছৰ নেতৃত্ত্বত কার্যনির্বাহ কৰি থকা ইউ. পি. . চৰকাৰৰ সম্পূর্ণ অর্থ কি?

10. Which date in a year is observed as “United Nations Day" in the world             ?       1

বছৰটোৰ কোনটো ৰিখ সমগ্র বিশ্বতৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়?

11. Distinguish between biotic and abiotic resources.   2

জীৱীয় আৰু অজীৱীয় সম্পদৰ মাজত থকা পার্থক্য লিখা

12. Name four major crops produced in the monsoon region of Asia.   2

এছিয়া মহাদেশৰ মৌচুমী অঞ্চলত উৎপাদিত চাৰিটা প্রধান শস্যৰ নাম লিখা।।

13. What is "Commercial Bank" ? Mention two important commercial banks of India. 1+1=2

বাণিজ্যিক বেংককি? ভাৰতবৰ্ষৰ দুটা প্রধান বাণিজ্যিক বেংকৰ নাম উল্লেখ কৰা

14. When was the International Monetary Fund established ? Where is its headquarters? 1+1=2

আন্তর্জাতিক মুদ্রা নিধি কেতিয়া স্থাপন হৈছিল? ইয়াৰ সদৰ কার্যালয় ' অৱস্থিত?

15. Name two socio-political organisations formed in Assam during independence movement.   2

স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হােৱা দুটা সামাজিক-ৰাজনৈতিক সংগঠনৰ নাম উল্লেখ কৰা

16. Mention two reasons why the Co-operative Banks in India have not been so successful.   2

ভাৰতবৰ্ষত সমবায় বেংকসমূহে আশানুরূপ সফলতা অর্জন কৰিব নােৱাৰাৰ দুটা কাৰণ উল্লেখ কৰা

17. Write two important roles of World Bank towards economic development in the developing countries.   2

উন্নয়নশীল ৰাষ্ট্রৰ অর্থনৈতিক উন্নয়নত বিশ্ববেংকৰ দুটা প্রধান ভূমিকা লিখ

18. Mention the name of three wildlife sanctuaries located in the districts of Sonitpur, Morigaon and Sivasagar in Assam.  3

অসমৰ শােণিতপুৰ, মৰিগাঁও আৰু শিৱসাগৰ জিলাত অবস্থিত তিনিখন অভয়াৰণ্যৰ নাম উল্লেখ কৰা

19. Distinguish between developed and developing countries with examples. 2+1=3

উদাহৰণসহ উন্নত আৰু উন্নয়নশীল দেশৰ মাজত থকা পার্থক্য লিখা

20. Write in brief how Robertson and Francis Jenkins brought about reformation in district administration during British rule in Assam.    3

ব্রিটিছৰ শাসনকালত অসমৰ জিলা প্রশাসনত সংস্কাৰ সাধনৰ বাবে ৰবাৰ্টচন আৰু ফ্রেন্সিছ জেনকিন্সে কেনে বরস্থা লৈছিল চমুকৈ লিখ

21. Explain briefly about the dynamic concept of resource.  3

সম্পদৰ পৰিবৰ্তনশীল ধাৰণাৰ চমু ব্যাখ্যা দিয়া

22. Briefly write the disadvantages of coalition government in the context of India.   3

ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিতত সম্মিলিত চৰকাৰৰ অসুবিধাসমূহ চমুকৈ লিখা

23. What steps were taken towards improvement of health and education in Assam during the 11th five year plan?    3

একাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ কালছােৱাত অসমত স্বাস্থ্য আৰু শিক্ষাৰ উন্নয়নৰ বাবে কি ব্যৱস্থা লােরা হৈছিল?

24. Briefly discuss the contribution of Bihu to the Assamese Society.   3

অসমীয়া সমাজলৈ বিহুৰ অৱদান সম্পর্কে চমুকৈ আলােচনা কৰা

25. What is meant by "Partition of Bengal" ? How did it affect Assam?  1+3=4

বঙ্গ বিভাজনবুলিলে কি বুজায়? অসমত ইয়াৰ প্ৰভার কেনে আছিল?

26. Briefly discuss the role of opposition parties towards success of Indian democracy.   4

ভাৰতীয় গণতন্ত্ৰৰ সফলতাত বিরােধী দলসমূহৰ ভূমিকা সম্পর্কে চমুকৈ আলােচনা কৰা

27. Mention India's major contributions towards establishment of world peace.  4

বিশ্ব-শান্তি প্রতিষ্ঠাত ভাৰতবৰ্ষৰ মুখ্য অৱদানবােৰ উল্লেখ কৰা

28. What is “Global Warming"? Suggest three suitable measures to check global warming.   1+3=4

গােলকীয় উষ্ণায়নমানে কি? গােলকীয় উষ্ণায়ন বােধ কৰিবলৈ তিনিটা উপযােগী ব্যৱস্থাৰ পৰামর্শ দিয়া

29. Discuss the role of Mahatma Gandhi in India's freedom struggle.  5

ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ ভূমিকা সম্পর্কে আলােচনা কৰা

30. Discuss in brief how the people of Assam took part in the "Quit India Movement" launched in 1942.   6

১৯৪২ৰভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহে কেনেদৰে যােগদান কৰিছিল চমুকৈ আলােচনা কৰা

Or / নাইবা

How was "Jorhat Sarbajanik Sabha" formed in Assam during India's freedom struggle? Mention its important activities.   3+3=6

ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈযোৰহাট সার্বজনিক সভাগঠন হৈছিল? ইয়াৰ প্রধান ক্রিয়া-কলাপবােৰ উল্লেখ কৰা।।

31. Discuss the contribution of agriculture to the economy of Assam. 6

অসমৰ অৰ্থনীতিত কৃষিৰ অৱদান সম্পর্কে আলােচনা কৰা

Or/ নাইবা

Give an account of handicraft industries of Assam.

অসমৰ কুটিৰ শিল্প উদ্যোগৰ এটি খতিয়ান দাঙি ধৰা

32. Discuss the factors responsible for climatic variations of Asia.   6

এছিয়া মহাদেশত জলবায়ুৰ তাৰতম্যৰ লগত জড়িত কাৰকবােৰ আলােচনা কৰা।।

Or/ নাইবা

Give an account of major natural resources in Asia and their utilisation.

এছিয়া মহাদেশৰ প্রধান প্রাকৃতিক সম্পদবােৰ আৰু তাৰ ব্যৱহাৰৰ এক খতিয়ান দাঙি ধৰা।।

33. Discuss how the British captured different parts of North-East India after the Treaty of Yandaboo.  6

ইয়াণ্ডাবু সন্ধিৰ পিছত ব্রিটিছ সকলে কেনেদৰে উত্তৰ-পূব ভাৰতৰ বিভিন্ন অংশ দখললৈ আনিছিল আলােচনা কৰা

Or/ নাইবা

Discuss the causes and consequences of the fall of Ahom Kingdom. 

আহােম ৰাজ্যৰ পতনৰ কাৰণ আৰু ফলাফলবােৰ আলােচনা কৰা

34. Draw a sketch map of Assam and locate the following in the map:   2+3=5

(i) The Brahmaputra river

(ii) Dibru-Soikhowa national park

(iii) Haflong town

অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তলত দিয়াবােৰ মানচিত্ৰত বহুওৱা

(i) ব্ৰহ্মপুত্র নদী

(ii) ডিব্ৰু-চৈখােৱা ৰাষ্ট্ৰীয় উদ্যান

(iii) হাফলং নগৰ

Or/ নাইবা

(For Blind candidates only / কেৱল অন্ধ পৰীক্ষাথীৰ বাবে)

Write a note on problems and prospects of tourism in Assam.     5

অসমত পর্যটনৰ সমস্যা আৰু সম্ভাৱনা সম্পর্কে এটি টোকা লিখা।।

 

***


SOCIAL SCIENCE SOLVED PAPERS PAGE LINK - Click here


Also Read: 

1. Indian History 

2. CURRENT AFFAIRS

3. GK

4. MCQ SOLVED