Dibrugarh University| B.A| FYUGP| Geography (Climatology)| Question Paper - (May/ June) - 2024| 2nd Semester
2024
GEOGRAPHY
(Core)
(May /June)
Paper: GGRC2
(Climatology)
Full Marks: 60
Time: 3 hours
The figures in the margin indicate
full marks for the questions
1. তলত দিয়াবোৰৰ নিৰ্দেশানুসৰি উত্তৰ দিয়া: 1×8=8
Answer the
following as directed:
(a) বায়ুমণ্ডলৰ কোনটো স্তৰত সকলো বতৰৰ পৰিঘটনা
সংঘটিত হয়?
In which layer
of the atmosphere do all the weather phenomena occur?
(b) পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতাত
সংঘটিত হোৱা তাপ বৃদ্ধিৰ
পৰিঘটনাটোক বুলি কোৱা হয়৷
(খালী ঠাই পূৰ কৰা)
The phenomenon
of temperature upward up kilometers from the earth's surface is increasing to a
few known as _______. (Fill in the blank)
(c) এটা স্থানৰ পৰা
আন এটা স্থানলৈ বায়ুমণ্ডলীয়
চাপৰ পার্থক্যক ________বুলি কোৱা হয়। (খালী
ঠাই পূৰ কৰা)
The difference
in atmospheric pressure from one location to another is known as _______. (Fill
in the blank)
(d) বাতাৰ গঠন প্ৰক্ৰিয়াক কি
বুলি জনা যায়?
What is the
process of formation of fronts known as?
(e) স্থল বতাহ দিনত
/ ৰাতিত বলে। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)
Land breeze
blows during day / night. (Choose the correct answer)
(f) পানী, জলীয় ভাপলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াক কি
বুলি জনা যায়?
Name the process
through which water is transformed to water vapour.
(g) চাপৰ আনুভূমিক বিতৰণ
ৰ সহায়ত দেখুওৱা হয়। (খালী ঠাই পূৰ
কৰা)
The horizontal
distribution of pressure is shown with the help of ________. (Fill in the
blank)
(h) থৰ্ণৱেইটৰ ১৯৪৮ চনৰ জলবায়ুৰ
নতুন শ্রেণীবিভাজন ______ _______ধাৰণাৰ
ওপৰত আধাৰিত। (খালী ঠাই পূব
কৰা)
Thornthwaite's
new classification of climate of 1948 is based on the concept of ________ ________. (Fill in the blanks)
2. তলৰ
যি কোনো চাৰিটাৰ ওপৰত চমু টোকা লিখা: 4×4=16
Write short
notes on any four of the following:
(a) বায়ুমণ্ডলৰ গঠন
Composition of the atmosphere
(b) ভাৰতীয় মৌচুমী বতাহৰ প্ৰক্ৰিয়া
Mechanism of
Indian Monsoon
(c) বায়ুপুঞ্জৰ ধাৰণা
Concept of
Airmass
(d) অধঃক্ষেপণৰ প্ৰকাৰ
Types of
precipitation
(e) বায়ুমণ্ডলীয় স্থিৰতা
Atmospheric
stability
তলত
দিয়া প্ৰশ্নসমূহৰ পৰা যি কোনো তিনিটাৰ উত্তৰ দিয়া: 12×3=36
Answer any three from the following questions:
3. আতপন
কাক বোলে ? পৃথিৱীৰ উপৰিভাগত আতপনৰ স্থানিক বিতৰণত প্ৰভাৱ পেলোৱা কাৰকসমূহৰ বিষয়ে আলোচনা কৰা। 2+10=12
What is
insolation? Discuss the factors responsible for spatial variation of insolation
on the surface of the earth.
4. পৃথিৱীৰ
চাপ বলয়সমূহৰ বিষয়ে ব্যাখ্যা কৰা আৰু স্থায়ী
বতাহসমূহৰ লগত চাপ বলয়সমূহৰ
সম্পৰ্ক আলোচনা কৰা ৷ 6+6=12
Give an account
of the global pressure belts and discuss their relationship with the planetary
wind system.
5. বতৰ
আৰু জলবায়ুৰ মাজত পাৰ্থক্য দেখুওৱা।
এটা অঞ্চলৰ জলবায়ুৰ ওপৰত প্ৰভাৱ পেলোৱা
বিভিন্ন কাৰকসমূহৰ বিষয়ে উদাহৰণসহ আলোচনা কৰা। 4+8=12
Distinguish
between weather and climate. Discuss the factors influencing the climate of a
region with suitable examples.
6. কোপেনৰ
জলবায়ু শ্ৰেণীবিভাজন আঁচনিৰ বিষয়ে আলোচনা কৰা । ইয়াৰ
সীমাবদ্ধতাসমূহ কি কি? 9+3=12
Discuss
Koeppen's scheme of climatic classification. What are its limitations?
***
GEOGRAPHY [CLIMATOLOGY] SOLVED PAPERS PAGE LINK - Click here
DIBRUGARH UNIVERSITY PAGE LINK - CLICK HERE
Also Read: