Dibrugarh University| B.A| FYUGP| Political Science (Introduction to Indian Politics)| Question Paper - (May/ June) - 2024| 2nd Semester
2024
POLITICAL SCIENCE
(Minor)
(May/June)
Paper: MINPSC2
(Introduction to Indian Politics)
Full Marks: 80
Pass Marks: 24
Time: 3 hours
The figures in the margin indicate
full marks for the questions
1. তলত দিয়াবোধৰ নির্দেশানুযায়ী উত্তৰ দিয়া: 1×8=8
Answer the
following as directed:
(a) গান্ধীজীৰ মতে, “ৰাষ্ট্ৰ এক উপায়হে, শেষ
লক্ষ্য নহয় । " (শুদ্ধ
নে অশুদ্ধ লিখা)
According to
Gandhiji, "State is a means not an end itself". (Write True or False)
(b) Politics in
India নামৰ গ্ৰন্থখন কোনে লিখিছিল?
Who wrote the
book, Politics in India?
(c) ভাৰতৰ সংবিধানৰ কোনটো সংশোধনীয়ে নাগৰিকৰ মৌলিক কর্তব্য সংযোজন কৰিছে?
Which Amendment
of the Constitution Indian added Fundamental Duties of the citizens?
(d) ভাৰতবৰ্ষৰ সংবিধানৰ মৌলিক অধিকাবব এটি বৈশিষ্ট্য উল্লেখ
কৰা।
Mention one
feature of Fundamental Rights incorporated in the Indian Constitution,
(e) মহাবাষ্ট্ৰৰ এটি আঞ্চলিক রাজনৈতিক
দলৰ নাম উল্লেখ করা।
Mention one
regional political party of Maharashtra.
(f) কোন চনত DMK দল
গঠিত হৈছিল?
In which year
was DMK party formed?
(g) সাম্প্রদায়িকতাবাদৰ এটি প্রভাৱ লিখা।
Write one impact
of communalism.
(h) ভাৰতৰ ৰাজনীতিত মহিলাৰ নিম্ন প্রতিনিধিত্বৰ এটি কাৰক উল্লেখ
কৰা।
Mention a cause
of under-representation of women in Indian politics.
2. তলত
দিয়াবোৰৰ ওপৰত চমু টোকা লিখা (প্ৰতিটো ১৫০ শব্দৰ ভিতৰত): 4x4= 16
Write short
notes on the following (within 150 words each):
(a) এক কল্যাণকামী ৰাষ্ট্ৰ
হিচাপে ভাৰতবৰ্ষ
India as a
Welfare State
(b) মৌলিক কৰ্তব্যসমূহৰ গুৰুত্ব
Importance of
Fundamental Duties
(c) ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰয়োগ
Implementation
of the Principles of State Policy
(d) ভাৰতৰ ৰাজনীতিত ধৰ্মৰ ভূমিকা
Directive Role
of Religion in Indian Politics
3. ভাৰতীয়
ৰাষ্ট্ৰ আৰু ৰাজনীতি অধ্যয়নৰ
গান্ধীবাদী দৃষ্টিভংগীটো সমালোচনাত্মক দৃষ্টিভংগীৰে আলোচনা কৰা। 12
Critically
discuss the Gandhian approach to study of Indian State and politics.
অথবা/ Or
মার্ক্সীয় দৃষ্টিভংগীয়ে ভাৰতীয় ৰাষ্ট্ৰ আৰু ৰাজনীতিৰ চৰিত্ৰক
কেনেদৰে সংজ্ঞায়িত কৰিছে, বৰ্ণনা কৰা।
How does the
Marxist approach define the nature of Indian State and politics? Explain.
4. সংবিধানৰ
প্ৰস্তাৱনাটো ভাৰতৰ সংবিধানৰ অংশ হয় নে
? ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাব তাৎপর্য আলোচনা কৰা। 3+8=11
Is the Preamble
a part of the Indian Constitution? Discuss the significance of the Preamble of
the Constitution.
অথবা/ Or
ভাৰতীয় সংবিধানত উল্লিখিত মৌলিক অধিকাৰসমূহ আলোচনা করা। 11
Discuss the
Fundamental Rights mentioned in the Indian Constitution.
5. ভাৰতত
আঞ্চলিক ৰাজনৈতিক দলৰ বিকাশৰ কাৰণসমূহ
আালোচনা করা। 11
Discuss the
causes of the growth of regional political parties in India.
অথবা/ Or
ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ ওপৰত এটি টোকা
লিখা।
Write a note on
Indian Party System.
6. মৰ্চা
ৰাজনীতির সংজ্ঞা দিয়া । ভাবতবৰ্ষত মৰ্চা
রাজনীতির কার্যকাৰিতা সম্পর্কে আলোচনা কৰা। 11
Define Coalition
Politics. Discuss the working of coalition politics in India.
অথবা/ Or
ভাৰতীয় ৰাজনীতিত জাতিৰ ভূমিকা বর্ণনা কৰা।
Explain the role
of caste in Indian politics.
7. ভাৰতবৰ্ষত
সাম্প্রদায়িকতাবাদৰ বিকাশৰ কাৰণসমূহ লিখা। 11
Discuss the
causes of growth of communalism in India.
অথবা/ Or
"ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ
কিন্তু ধৰ্মনিৰপেক্ষ সমাজ নহয়।” আলোচনা কৰা।
"India is a Secular State but not a secular society." Discuss.
***
POLITICAL SCIENCE [Introduction to Indian Politics] SOLVED PAPERS PAGE LINK - Click here
DIBRUGARH UNIVERSITY PAGE LINK - CLICK HERE
Also Read: